Connect with us

Assam

Happy Father’s Day 2022: Wishes, Quotes, Images, in Assamese

Happy fathers day Assamese

Happy Father’s Day Wishes in Assamese

The integral part of our family is our father who sacrifices himself to provide his child the best of the world without any complaints. He tries to keep his love and affection for his child hidden. This is the reason fathers deserve to know how much they mean to a child’s life. We can say at least a thank you to him to acknowledge his sacrifices towards us. And this could be Happy Father’s Day.

As We are going to celebrate fathers day on 19th June 2022, we have brought you some heart-touching and special Happy Father’s Day wishes, messages, images, and quotes in Assamese so that you can share them on your social media and express your feelings towards your father.

You can read – [Download] Best 15 Father quotes in Assamese with Images – দেউতাৰ ওপৰত উক্তি

Happy Father’s Day Status in Assamese

Here are some Happy Father’s Day Status or Deuta Status in Assamese so that you can share it on Whatsapp and Facebook –

  • দেউতা..জীৱনৰ আটাইতকৈ কঠিন পৰিস্থিতিবোৰতো ভাঙি পৰিব নিদি সদায় যুজিবলৈ সাহস দিয়া মানুহজন!!  পিতৃ দিৱসৰ অলেখ অযুত শুভেচ্ছা থাকিল দেউতা!!❤️ ভালে থাকক তেওঁলোক (পৃথিৱীৰ প্ৰতিজন দেউতাক)!!!
  • দেউতাক থাকিলেহে ছোৱালী ৰাজৰাণীৰ দৰে হৈ থাকিব পাৰে সেই কথা আজি প্ৰমাণিত । আপোনি পৃথিৱীৰ সকলোতকৈ শ্ৰেয় পিতৃ মোৰ বাবে আপোনি হি’ৰ । আপোনি য’তে আছে কুশলে থাকক । I love u for ever n ever n ever Deuta
  • দেউতাৰ অভাৱ আজি বাৰুকৈয়ে অনুভৱ কৰিছো ।আজি পিতৃ দিৱসৰ দিনা দেউতাক শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।যতে আছাঁ শান্তিত থাকা।Happy fathers dy
  • দেউতা হল অভাৱ পূৰণৰ এক যন্ত্ৰসদৃশ, যিয়ে আজীৱন একমাত্ৰ সন্তানৰ সুখৰ বাবে অজস্ব দুখ-যন্ত্ৰনা , কস্ট কৰে। সকলোকে পিতৃ দিৱসৰ সুভেচ্ছা জ্ঞাপন কৰিলো।
  • ভগৱানে কুশলে ৰাখক তেওঁলোকক। দেতা আৰু মাৰ অবিহনে নিজকে কেতিয়াও কল্পনা কৰিব নোৱাৰো। ভালে থাকক দেতা । ভালে থাকক পৃথিৱীৰ প্ৰত্যেকজন পিতা। পিতৃ দিৱসৰ বহুত শুভেচ্ছা ।
  • পিতৃ দিৱস বুলি নিদিষ্ট দিনৰ প্ৰয়োজন নাই তথাপিও আজিৰ দিনটোত পিতৃ দিৱস শুভেচ্ছা জনালোঁ ভগৱানে আপোনাক সদায় সুখত ৰাখক প্ৰতিটো সুখ আপোনাৰ জীৱনত দিয়ক ।
  • দেউতা মোৰ আবেগ দেউতা মোৰ সাহস ।সৰু পৰাই দেউতাই লৈ ফুৰাইছিল এতিয়াও লৈ ফুৰাই কিবা এটা প্ৰব্লেম হলেই কয় কি ভয় কৰা মই আছোঁ ।।সেই কাৰণে 100 জনে বেয়া পালেও ভয় নকৰোঁ বুকু ফুলাই থাকোঁ । পিতৃ দিৱসৰ বহুত শুভেচ্ছা ।
  • মনে যদি টোকে চকুলো নিচুকাই দিবানে ও দেউতা? সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবা নে ও দেউতা? শোকত যদি বিষাই বুকু তুমিও কান্দিবা নে দেউতা? জীৱন যদি হয় ভাগৰুৱা জিৰণি দিবানে ও দেউতা? পিতৃ দিৱসৰ বহুত শুভেচ্ছা ।
  • দেউতা আপুনিয়ে হৈছে এজন সূৰ্যমুখী.. এখন ঘৰ পোহৰাই ৰাখে ..সীমাহীন কষ্টক নেওচি নিজ সন্তানৰ সুখৰ বাবে নিজক বলিদান দিয়ে… দেউতা দিৱসৰ শুভেচ্ছা থাকিল..সকলো দেউতা ভালে থাকক ।
  • দেউতা…যাৰ নামটো ললেই গোটেই ব্ৰহ্মাণ্ডৰ শক্তিয়ে আহি লগ দিয়ে…সাহসৰ আন এটা ৰুপ দেউতা..প্ৰেৰণা আন এটি উৎস দেউতা..পিতৃ দিৱসৰ বহুত শুভেচ্ছা ।
  • নিজেই ৮০ টকীয়া চেন্দেল জোৰ পিন্ধি সন্তানক ৫০০ টকীয়া জোতা কিনি দিয়া জনেই দেউতা❤️ নিজৰ কপালৰ ঘাম মাটিত পেলাই সন্তানৰ আগত কষ্ট নাই হোৱা বুলি কোৱা জনেই দেউতা ✨ নিজেই খাবলৈ পাওঁক বা নাপাওঁক সন্তানত নিজৰ ভাগেই দিয়া জন দেউতা ❤️ পিতৃ দিৱসৰ বহুত শুভেচ্ছা ।
  • পৰিশ্ৰমৰ সাগৰ আৰু আদৰ্শৰ প্ৰতীক তুমি দেউতা..কান্ধত ভাৰ ,চকুত হাজাৰটা সপোন লৈ ধৰা এই বিশ্বাসী হাত খনৰ মুঠি তো সদায়ৰ বাবে সাহস হৈ থাকক.. পিতৃ দিৱসৰ শুভেচ্ছা প্ৰতিজন পিতৃলৈ ।
  • দেউতা এনে এজন মানুহ যিজন মোৰ প্ৰথম আৰু প্ৰিয় নায়ক, যিজনে মোক সঠিক পথৰ ঠিকনা দিয়ে..পিতৃ দিৱসৰ আন্তৰিক শুভকামনাৰে 

Happy Father’s Day 2022 Images in Assamese

Here are some Happy Father’s Day Images in Assamese to be shared with your loved ones-

Happy Father Day in Assamese


Happy Father Day in Assamese


Happy Father Day in Assamese



Happy Father Day in Assamese


Happy Father Day in Assamese 4


Happy Father Day in Assamese



 

Happy Father Day in Assamese

 

 

 

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Click to comment

Leave a Reply

Trending

close

Copyright © Assam News Live

%d bloggers like this: