Connect with us

Assam

Best Happy Birthday wishes and quotes in Assamese 2022

Best Happy Birthday wishes and quotes in Assamese

Happy Birthday wishes and quotes in Assamese: A birthday is a very special day for everyone. Every people celebrates this day. On a birthday, everyone gets most of the attention. Sharing Happy Birthday wishes in Assamese will be more accessible through this post. Nowadays, putting a happy birthday status in Assamese on WhatsApp or Instagram or any other social media has become a necessary tradition. But sometimes it becomes really hard to find perfect happy birthday quotes in Assamese for your friends and family. So do not stress out, we are here to help you to find perfect happy birthday wishes in Assamese for your friends which will surely make their birthday special.

In this article, you will get the best happy birthday wishes in Assamese 2022. Birthday is a very important day for everyone. Throughout the year, we need to make special the day of the birthday of our friends or relative by sharing birthday wishes in Assamese. That’s why we will share some best Happy Birthday images and wishes in Assamese.

Happy Birthday Wishes and Quotes in Assamese (জন্মদিনৰ শুভেচ্ছা)

  • জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা যাছিলো মোৰ hero ❤️ .ভগৱানে তোমাক কুশলে ৰাখক আগন্তক দিনবোৰলৈ ,ভগৱানক ধন্যবাদ জনাইছোঁ তোমাক সংগী কৰোৰা বাবে,আমাৰ মৰমবোৰ এনেকৈয়ে অটুট থাকে যাতে , love you.
  • শুভ জন্মদিন! আশা কৰোঁ আপোনাৰ জন্মদিনৰ সকলো আশা আৰু সপোন সঁচা হ’ব ।
  • তোমাৰ জন্মদিনৰ অযুত শুভেচ্ছা জনাইছো ৷ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত সেৱা জনাইছো ৷ শুভ জন্মদিন ।
  • জন্মদিনৰ তোমালৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল । আহি থকা দিনবোৰ তোমাৰ সুখ আৰু আনন্দৰে উপচি পৰক তাকে কামনা কৰিলো ।
  • জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ । জীৱনৰ প্ৰতিটো ক্ষণত সদায় মোৰ সাহস হৈ থাকে যেন । বহুত বহুত মৰম আপোনালৈ ।
  • জন্মদিনৰ শুভেচ্ছা যাচিলো । আশা কৰো তোমাৰ আহিব লগিয়া দিনবোৰ সুকলমে যাওঁক । তোমাৰ মনৰ কামনা পুৰ্ণ হওক । সদায় হাঁহি থাকা ।
  • জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো । বিচৰা ধৰণেই সুখী হওঁক আৰু জীৱন পথত আগুৱাই যাওঁক আপুনি । পৃথিৱীখনো সুন্দৰতকৈও অতি সুন্দৰ হওঁক আপুনি কল্পনা কৰাৰ দৰেই । মিঠা হাঁহিবোৰ বিয়পি পৰক চৌদিশে । বিচৰা সকলোখিনি পাওঁক আপুনি । আপোনাৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে আপুনি মানুহৰ অন্তৰৰ গভীৰ কোনত সোমাই পৰক । আপোনাৰ ব্যক্তিত্ব আৰু আদৰ্শই সকলোকে অনুপ্ৰানিত কৰি তোলক । আপুনি সদা সজীৱ, চিৰসেউজ এটি সত্বা হৈ আজীৱন উদ্ভাসিত হৈ থাকক দাদা ৷ আপুনি সূৰ্য্য । কৰ্ম ও ব্যক্তিত্বৰে জীৱন বাটত চিৰকাল সূৰ্য্যৰ দৰে উজ্বলি থাকক । শুভ জন্মদিন ।
  • আপুনি অতীতত বিয়পাই দিয়া আনন্দ আজিৰ দিনটোত আপোনাৰ ওচৰলৈ ঘূৰি আহক। আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছো!”আজি জন্মদিনৰ শুভক্ষণত, আপোনাক প্ৰচুৰ সুখ আৰু মৰম কামনা কৰিছো। আপোনাৰ সকলো সপোন বাস্তৱলৈ ৰূপান্তৰিত হওক । জন্মদিনৰ বহু বহু শুভেচ্ছা।
  • ফুলৰ সুগন্ধৰ দৰে আপোনাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে আপোনাৰ মনৰ পদুলি উপচাই ৰাখক” – তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
  • আপোনাৰ জীৱনৰ জন্মদিনৰ সোণালী ক্ষণত,আপোনাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে” – তাৰেই কামনাৰে Happy Birthday to You. আজিৰ এই শুভ দিনটিত আপোনালৈ মোৰ মৰমভঁৰা শুভকামনা জনাইছোঁ ৷
  • “আপোনাৰ এই জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী”- তাৰেই কামনাৰে মোৰ ফালৰ পৰা আপোনালৈ হিয়াভঁৰা জন্মদিনৰ শুভকামনা যাঁচিলো৷
  • জন্মদিনৰ শুভেচ্ছা থাকিল তোমালৈ। সুখেৰে ভৰি পৰক তোমাৰ জীৱন।পুৰন হওঁক সপোন, ৰঙীন হওঁক জীৱন। জীৱনত বহু দূৰ আগবাঢ়ি যোৱা আৰু বহুত সুখী হৈ ৰোৱা । সকলো আশা সপোন পুৰন হওঁক তাৰেই কামনা ।
  • জন্মদিনৰ বহুতো শুভেচ্ছা আৰু মৰম তোমালৈ । মোৰ জীৱনত কলেজে দিয়া তুমি এটি অন্যতম উপহাৰ , যাৰ বাবে ৩টা বছৰৰ প্ৰতিটো দিন সুন্দৰ হৈ পৰিছিল । বিনাদ্বিধাই সকলো কথা ক’ব পৰা বান্ধৱীজনী , ধুনীয়া হাঁহিটো আজীৱন তোমাৰ সংগী হৈ ৰওক । শুভ জন্মদিন ।

Happy Birthday wishes images in Assamese

Happy Birthday wishes in Assamese
Happy Birthday wishes in Assamese
Happy Birthday wishes in Assamese
Happy Birthday wishes in Assamese
best birthday wishes in assamese
best birthday wishes in Assamese
Happy birthday in Assamese
Happy birthday in Assamese
happy birthday quotes in assamese
Happy birthday quotes in Assamese
birthday wishes in assamese
Birthday wishes in Assamese
Happy birthday wishes in Assamese
Happy birthday wishes in Assamese
Assamese Birthday Wish

Assamese Birthday Wish

latest Assamese Birthday Wish

latest Assamese Birthday Wish

new Assamese Birthday Wish

new Assamese Birthday Wish

new birthday wishes in Assamese

new birthday wishes in Assamese

 

happy Birthday Wishes in Assamese

happy Birthday Wishes in Assamese

Also Read – Best 15 Father quotes in Assamese with Images

These are some collections of Happy Birthday wishes in Assamese. We will continuously update and add Happy Birthday Assamese Wishes and Images so that you will get the latest ones. Now you can easily share the Happy Birthday wishes and quotes in Assamese with your friends and loved ones.

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Click to comment

Leave a Reply

Trending

%d bloggers like this: