Connect with us

Assam

[Latest] 100+ Assamese Quotes with Pictures | Assamese Sad And Heart Touching Quote on Love

Assamese Quotes Download

Are you searching for some latest Assamese Quotes to update your WhatsApp Status or Facebook Status? If you want to share your emotions, feelings with friends with some latest assamese heart-touching quotes as well as assamese quotes on life and love, you are in right place. You can simply download or share these Latest 100+ Assamese Quotes with Pictures. Here we are going to share Assamese Sad And Heart Touching Quote collection that will help you in your daily routine.

Assamese Heart-touching Quotes

Here are some Heart touching Quotes in Assamese to share with your loved ones. 

Assamese Heart touching Quotes


Assamese Heart touching Quotes


Assamese Heart touching Quotes


Assamese Heart touching Quotes



latest Assamese Quotes


latest Assamese Quotes


Also Read – Assamese Quotes on Father


 

latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes



latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes



 

latest Assamese Quotes


latest Assamese Quotes


Also Read – Assamese Whatsapp Status Download


latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes


latest Assamese Quotes



Assamese Quotes on Love

Youths are searching on internet some best  Assamese Quotes on love to share the feelings with their crush. Here are some best Assamese Quotes about love to share the emotions and feelings-

  • এখন হৃদয় জ্বলিব মাত্ৰ মোৰ মৃত্যু হ’লে ধোঁৱাৰ সলনি হাজাৰ হাজাৰ সপোন উৰিব আকাশলৈ.. (সবিতা গগৈ)
  • হয়টো তুমি শুনিও নোপোৱা মোৰ হৃদয় ভাঙি নীলা বেদনাটিয়ে উচুপা–! কিন্ত মই—!!! আজিও পাহৰিব পৰা নাই জানা–! সৌ সিদিনা জোনাকৰ চোতালত আমি দুয়ো একেলগে উমলা—! (লখিমী দাস)
  • কপাহৰ তুলা হৈ কেতিয়াবা উৰি যাবৰ মন যায় ! যন্ত্ৰণাবোৰক কবৰ দিবলৈ (সবিতা গগৈ)
  • বালিত দিয়া খোজ বোৰ বালিতেই মিলি যায় ! কিন্তু হৃদয়ত দিয়া খোজবোৰে কুৰুকি কুৰুকি কলিজাত সোমায় বিষাদৰ চকুলো নিগৰাই !! (সবিতা গগৈ)
  • সময়ে লিখি যায় আপোনাৰ মোৰ জীৱনৰ সাধুবোৰ য’ত আপুনি উন্মোচন কৰে মোক, আৰু মই উন্মোচন কৰো আপোনাক (সবিতা গগৈ)
  • নোকোৱাকৈয়ে বহু কথা কোৱা হয়! নদীয়েও নকয় সাগৰক ভালপোৱাৰ কথা! এনেকৈয়ে তো কব নোৱাৰি , হৃদয়ৰ গোপন কথা ! (সবিতা গগৈ)
  • মোৰ শব্দৰ আঁৰৰ কবিতা তুমি, শব্দই শব্দই আছা হৃদয় চুমি , ক’ব পাৰিবানে অনুৰাগ সেইয়া তুমি নহয় বুলি ! (সবিতা গগৈ)
  • হৃদয়ত এতিয়া সান্ধ্য আইন জাৰি কৰা হৈছে ! বহু জনে আকৌ সান্ধ্য আইন বাতিল কৰিবলৈ আহিছে ! শান্তনাৰ ভাষনেৰেবহুতে মন গ’লাব বিছাৰিছে । কিন্তু ! কোনেও নুবুজে হৃদয়খন যে এটা অন্ধকাৰ কোঠালিত বন্দী হৈ আছে !!!! (সবিতা গগৈ)
  • বিষাদৰ স্মৃতি তোমাক মই , আজি বাধা নিদিও ! যাবলৈ ওলালাই যেতিয়া যোৱা ! কিন্তু ! মোৰ নিসংগতাক উপলুঙা নকৰিবা !
  • তুমি হয়টো বুজি নোপোৱা মোৰ কবিতাৰ ভাষা–! হয়টো তুমি শুনিও নোপোৱা মোৰ হৃদয় ভাঙি নীলা বেদনাটিয়ে উচুপা–!
  • মই আজি ক্লান্ত, সপোন বোৰেও আজি মোক কৰিছে বিভ্ৰান্ত,, হৃদয়ৰ গভীৰত বাজিছে আজি বিৰহৰ কৰুণ সুৰ, ভাগৰুৱা উশাহবোৰেও সামৰিব ভৰষাবিহীন আশাবোৰ ।।
  • হৃদয়ত শব্দৰ ঠেলা-হেঁচা কিছুমান কঠিন,কিছুমান কোমল আৰু আন কিছুমান মামৰে ধৰা, কাক এৰি কাক লম সকলো শব্দই দেখোন মনজুৰোৱা ।
  • পীৰিতি যে এনেকুৱাই কাকো খুলি কোৱা নাযায় মাথো অন্তৰে অন্তৰক বুজি পায় এজনৰ হৃদয়ে আনজনৰ হৃদয় জুৰাই।
  • ফাটিবলৈ দিয়া হৃদয় খন। কিয় জোৰা তাপলি মাৰা! হৃদয় হে, একো নাই ।। ঠান বান হৈ যায় …… যাবলৈ দিয়া। দূৰ্ভাগ্যৰ পুত্তলিকা , অনায়াসে দাহ হ’বলৈ দিয়া।
  • জুমি জুমি মোলৈ চোৱানা হাঁহি হাঁহি কথা কোৱানা তোমাক এবাৰ নেদেখিলে নেলাগে যে ভাল তুমি মোৰ কলিজাৰ এফাল।

Final Words

We have tried to make a collection of Best Assamese Quotes that will inspire you to live up an amazing life throughout your journey. We will continuously add more Assamese heart touching quotes as well as assamese quotes on love so that you can share them on your whatsapp, Facebook, and Instagram on daily basis.

I am an independent Web Developer. I enjoy using my skills to contribute to the exciting technological advances that happen every day in the internet world. I am currently running more than 5 my own websites and two youtube channels. Moreover, I am also working in the Indian Postal Department. I graduated from the Centurion University of Technology in 2015 with a Bachelor's Degree in Electronics and Communication.

Click to comment

Leave a Reply

Trending

close

Copyright © Assam News Live

%d bloggers like this: